NEZINE's Podcast
প্ৰবাদপ্ৰতিম শিল্পী জুবিন গাৰ্গৰ অসামান্য সৃষ্টিৰ সঁফুৰাৰ কিছু ৰেঙণি আগবঢ়াইছে কটন মহাবিদ্যালয়ৰ ১৯৮৭-৮৯ বৰ্ষৰ এমুঠিমান প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে। অনুষ্ঠানটিৰ পৰিকল্পনা আৰু স্ক্ৰীপ্ত মেঘালী গগৈৰ। আঁত ধৰিছে ডঃ বিশ্বজ্যোতি দেৱ মহন্ত আৰু মেঘালী গগৈয়ে। অনুষ্ঠানটিত পৰিৱেশিত গীতসমূহ বাণীবদ্ধ কৰা হৈছে পাৰ্থ প্ৰতিম দাসৰ বামুণীমৈদানস্থিত ষ্টুডিঅ' ‘গান’ ত। অংশগ্ৰহণকাৰীসকল হৈছে— ১) বিশ্বজ্যোতি দেৱ মহন্ত: সহযোগী অধ্যাপক, বুৰঞ্জী বিভাগ। প্ৰাগজ্যোতিষ মহাবিদ্যালয়। ২) মেঘালী গগৈ: কবি, জ্যেষ্ঠ সমবায় পৰিদৰ্শক, সমবায় বিভাগ।অসম চৰকাৰ। ৩) পাৰ্থ প্ৰতিম দাস: গায়ক, সুৰকাৰ। স্বত্বাধিকাৰী, ইষ্টাৰ্ণ পাৱাৰ ইঞ্জিনিয়াৰিং। ৪) অনামিকা ফুকন : যুৱবাণীৰ অনাতাঁৰ শিল্পী, আকাশবাণী গুৱাহাটী কেন্দ্ৰ। ৫) অংশুমান বৰা: কবি, জ্যেষ্ঠ অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়। ৬) দীপ্ত বৰ্মন: মৌজাদাৰ,লংকা। ৭) ৰত্না ভঁৰালী তালুকদাৰ : সাংবাদিক,গল্পকাৰ, ঔপন্যাসিক, নিৱন্ধকাৰ। ৮) দীপাংকৰ মল্লবৰুৱা: ঔপন্যাসিক, নিৱন্ধকাৰ,মুখ্য প্ৰৱন্ধক,কূপ সংলেখন( Well Logging) বিভাগ, ভাৰতীয় তেল নিগম, দুলীয়াজান। ৯) কল্পনা দেৱী: সহ: শিক্ষয়িত্ৰী, মঙ্গলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়। ১০) ইচফাকুৰ ৰহমান: জ্যেষ্ঠ গণনা বিষয়া, প্ৰতিৰক্ষা লেখ নিয়ন্ত্ৰকৰ কাৰ্যালয়, গুৱাহাটী। ১১) ডঃ মৃন্ময়ী বৰুৱা: সহকাৰী অধ্যাপক, ৰাজনীতি বিজ্ঞান বিভাগ। কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়। ১২) জিতুমণি শালৈ: উপ মুখ্য প্ৰৱন্ধক। নুমলীগড় শোধনাগাৰ। সংগীত- জয়াদিত্য ফটো - ভাস্কৰ দেৱ কোঁৱৰ A tribute to Music Legend Zubeen Garg by a group of the 1987-89 batch of Cottonian. Concept and Script: Meghali Gogoi, Anchors: Dr Biswajyoti Dev Mahanta and Meghali Gogoi. The songs in this audio feature were recorded at Studio Gaan in Bamunimaidan, Guwahati, owned by singer and lyricist Partha Pratim Das. Music: Jayaditya Photo: Bhaskar Dev Konwar Support the show [https://www.buzzsprout.com/337031/support] Download NEZINE App to keep listening to NEZINE's podcast
66 episodes
Comments
0Be the first to comment
Sign up now and become a member of the NEZINE's Podcast community!