Coverbild der Sendung NEZINE's Podcast

NEZINE's Podcast

Podcast von NEZINE

Englisch

Persönliche Erzählungen & Gespräche

Begrenztes Angebot

2 Monate für 1 €

Dann 4,99 € / MonatJederzeit kündbar.

  • 20 Stunden Hörbücher / Monat
  • Podcasts nur bei Podimo
  • Alle kostenlosen Podcasts
Loslegen

Mehr NEZINE's Podcast

NEZINE's Podcast is the audio bridge to India's Northeast

Alle Folgen

66 Folgen

Episode দিলীপ শৰ্মা অসমৰ সাংস্কৃতিক আৰু জাতীয় জীৱনৰ গুৰুত্বপূৰ্ণ অধ্যায় — ড° পৰমানন্দ মজুমদাৰ Cover

দিলীপ শৰ্মা অসমৰ সাংস্কৃতিক আৰু জাতীয় জীৱনৰ গুৰুত্বপূৰ্ণ অধ্যায় — ড° পৰমানন্দ মজুমদাৰ

গণশিল্পী দিলীপ শৰ্মা জন্ম শতবৰ্ষ উদযাপন সমিতিয়ে গুৱাহাটীত ২৫ জানুৱাৰী, ২০২৬ ত  আয়োজন কৰা অনুষ্ঠানত বিশিষ্ট  চিন্তাবিদ,  লেখক, সম্পাদক আৰু নিবন্ধকাৰ  ড° পৰমানন্দ মজুমদাৰে প্ৰদান কৰা স্মাৰক বক্তৃতা । গণশিল্পী গৰাকীৰ জীৱনৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি ড° মজুমদাৰে তেখেতৰ বক্তৃতাত দিলীপ শৰ্মা অসমৰ সাংস্কৃতিক আৰু জাতীয় জীৱনৰ গুৰুত্বপূৰ্ণ অধ্যায় বুলি কয় ।  ফটো - সমীৰ চোধুৰী  Photo- Samir Choudhury   Support the show [https://www.buzzsprout.com/337031/support] Download NEZINE App to keep listening to NEZINE's podcast

29. Jan. 2026 - 38 min
Episode জুবিন গাৰ্গৰ সোঁৱৰণত গীত, কবিতা আৰু গদ্যৰে একাঁজলি শ্ৰদ্ধা Cover

জুবিন গাৰ্গৰ সোঁৱৰণত গীত, কবিতা আৰু গদ্যৰে একাঁজলি শ্ৰদ্ধা

প্ৰবাদপ্ৰতিম শিল্পী জুবিন গাৰ্গৰ অসামান্য সৃষ্টিৰ সঁফুৰাৰ কিছু ৰেঙণি আগবঢ়াইছে    কটন মহাবিদ্যালয়ৰ ১৯৮৭-৮৯ বৰ্ষৰ এমুঠিমান প্ৰাক্তন ছাত্ৰ-ছাত্ৰীয়ে। অনুষ্ঠানটিৰ পৰিকল্পনা আৰু স্ক্ৰীপ্ত মেঘালী গগৈৰ। আঁত ধৰিছে ডঃ বিশ্বজ্যোতি দেৱ মহন্ত আৰু মেঘালী গগৈয়ে। অনুষ্ঠানটিত পৰিৱেশিত গীতসমূহ বাণীবদ্ধ কৰা হৈছে পাৰ্থ প্ৰতিম দাসৰ বামুণীমৈদানস্থিত ষ্টুডিঅ' ‘গান’ ত। অংশগ্ৰহণকাৰীসকল হৈছে— ১)  বিশ্বজ্যোতি দেৱ মহন্ত: সহযোগী অধ্যাপক, বুৰঞ্জী বিভাগ। প্ৰাগজ্যোতিষ মহাবিদ্যালয়। ২) মেঘালী গগৈ: কবি, জ্যেষ্ঠ সমবায় পৰিদৰ্শক, সমবায় বিভাগ।অসম চৰকাৰ। ৩) পাৰ্থ প্ৰতিম দাস: গায়ক, সুৰকাৰ। স্বত্বাধিকাৰী, ইষ্টাৰ্ণ পাৱাৰ ইঞ্জিনিয়াৰিং। ৪) অনামিকা ফুকন : যুৱবাণীৰ অনাতাঁৰ শিল্পী, আকাশবাণী গুৱাহাটী কেন্দ্ৰ। ৫) অংশুমান বৰা: কবি, জ্যেষ্ঠ অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়। ৬) দীপ্ত বৰ্মন: মৌজাদাৰ,লংকা। ৭) ৰত্না ভঁৰালী তালুকদাৰ : সাংবাদিক,গল্পকাৰ, ঔপন্যাসিক, নিৱন্ধকাৰ। ৮) দীপাংকৰ মল্লবৰুৱা: ঔপন্যাসিক, নিৱন্ধকাৰ,মুখ্য প্ৰৱন্ধক,কূপ সংলেখন( Well Logging) বিভাগ, ভাৰতীয় তেল নিগম, দুলীয়াজান। ৯) কল্পনা দেৱী: সহ: শিক্ষয়িত্ৰী, মঙ্গলদৈ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়। ১০) ইচফাকুৰ ৰহমান: জ্যেষ্ঠ গণনা বিষয়া, প্ৰতিৰক্ষা লেখ নিয়ন্ত্ৰকৰ কাৰ্যালয়, গুৱাহাটী। ১১) ডঃ মৃন্ময়ী বৰুৱা: সহকাৰী অধ্যাপক, ৰাজনীতি বিজ্ঞান বিভাগ। কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়। ১২) জিতুমণি শালৈ: উপ মুখ্য প্ৰৱন্ধক। নুমলীগড় শোধনাগাৰ। সংগীত- জয়াদিত্য  ফটো - ভাস্কৰ দেৱ কোঁৱৰ  A tribute to Music Legend Zubeen Garg by a group of the 1987-89 batch of Cottonian. Concept and Script: Meghali Gogoi, Anchors: Dr Biswajyoti Dev Mahanta and Meghali Gogoi. The songs in this audio feature were recorded at Studio Gaan in Bamunimaidan, Guwahati, owned by singer and lyricist Partha Pratim Das.  Music: Jayaditya  Photo: Bhaskar Dev Konwar Support the show [https://www.buzzsprout.com/337031/support] Download NEZINE App to keep listening to NEZINE's podcast

18. Nov. 2025 - 44 min
Episode জুবিন গাৰ্গলৈ একাঁজলি শ্ৰদ্ধাঞ্জলি Cover

জুবিন গাৰ্গলৈ একাঁজলি শ্ৰদ্ধাঞ্জলি

জুবিন গাৰ্গলৈ একাঁজলি শ্ৰদ্ধাঞ্জলি  জুবিন গাৰ্গৰ গীতৰ শৰাই,  কিংবদন্তী শিল্পী গৰাকীৰ সাগৰসম বিশাল সৃষ্টিৰাজিৰ আলোচনাৰ মাজেৰে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি আগবঢ়াইছে কটন কলেজৰ ১৯৮৪-৮৬ বৰ্ষৰ ছাত্ৰ-ছাত্ৰী সকলক লৈ গঠিত জোনাক কটনিয়ান গোটে। অনুষ্ঠানটিৰ সামগ্ৰিক পৰিকল্পনা আৰু স্ক্ৰিপ্ট জোনাকৰ সদস্য চিত্তৰঞ্জন ওজাৰ। জোনাকৰ হৈ অনুষ্ঠানটিৰ আঁত ধৰিছে ধ্ৰুৱজ্যোতি মহন্ত আৰু নৱনীতা বৰাই ।  ফটো- ভাস্কৰ দেৱ কোৱঁৰ সংগীত- প্ৰভাত ৰাভা (বাঁহী), প্ৰসেনজিৎ বৰপূজাৰী (বেঞ্জো)  A tribute to Music Legend Zubeen Garg by members of Jonak Cottonian Group comprising of 1984-86 batch of Cottonian. Concept and Script: Chittaranjan Ojah, Anchors: Dhrubajyoti Mahanta and Nabanita Bora.  Photo: Bhaskar Dev Konwar Music: Prabhat Rabha (Flute), Prosenjit Borpujari (Benjo)  অনুষ্ঠানটিত অংশগ্ৰহণ কৰা জোনাকৰ সদস্যসকল :  চিত্তৰঞ্জন ওজা: গল্পকাৰ, নিবন্ধকাৰ নৱনীতা বৰা: অতিৰিক্ত মাণ্ডলিক প্ৰৱন্ধক, ভাৰতীয় জীৱন বীমা নিগম, গুৱাহাটী মাণ্ডলিক কাৰ্যালয়  ধ্ৰুৱজ্যোতি মহন্ত: স্থপতিবিদ, কবি ৰূপম মহন্ত: মুখ্য মহাপ্ৰবন্ধক, তেল আৰু প্ৰাকৃতিক গেছ নিগম, মুম্বাই, কণ্ঠশিল্পী নিলয় দাস: কণ্ঠশিল্পী, কাৰিকৰী উপদেষ্টা, নুমলীগড় শোধানাগাৰ সৌমাৰ ৰাজখোৱা: সহযোগী অধ্যাপক, পদাৰ্থবিজ্ঞান বিভাগ, প্ৰাগজ্যতিষ মহাবিদ্যালয় উৎপল বৰপূজাৰী: ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী চলচ্চিত্ৰ পৰিচালক আৰু চলচ্চিত্ৰ সমালোচক  উৎপল মেধি: অভিযন্তা, বয়লাৰ সমূহৰ মুখ্য পৰিদৰ্শকৰ কাৰ্যালয়, গুৱাহাটী  ড° পৰী হিলৈদাৰী: সাহিত্য অকাডেমি বঁটা বিজয়ী অনুবাদক, লেখক, সমালোচক ড° সঙ্গীতা কাকতি: বিশিষ্ট কণ্ঠশিল্পী, চলচ্চিত্ৰ পৰিচালক ডা° কবিন টুমুঙ: উপ চিকিৎসা অধীক্ষক, ই এছ আই এছ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, বেলতলা জয়ন্ত মান্তা: সহযোগী অধ্যাপক, সন্দিকৈ ছোৱালী মহাবিদ্যালয়, কবি দীপাঞ্জলি গগৈ: মুৰব্বী, কেমিকেল ইঞ্জিনিয়াৰিঙ, অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান, চান্দমাৰী , কণ্ঠশিল্পী ড° শ্বাশ্বতী চৌধুৰী: সমাজবিজ্ঞানী , গুৱাহাটী  ত্ৰিদিব কলিতা: দিল্লী নিবাসী উদ্যোগী অভিযন্তা, এম্ ডি এফ্ এস্ ফৰ্মৱৰ্ক ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ মুখ্য পৰিচালক, কবি অনিল শইকীয়া: কণ্ঠশিল্পী, জ্যেষ্ঠ  পশু চিকিৎসক, গুৱাহাটী প্ৰভাত ৰাভা: অধীক্ষক অভিযন্তা, শিৱসাগৰ, জলসম্পদ বিভাগ, অসম প্ৰসেনজিৎ বৰপূজাৰী: উপ মহাপ্ৰবন্ধক, ই আই এল, যোধপুৰ  সুশান্ত তালুকদাৰ: সম্পাদক, নিজাইন  Support the show [https://www.buzzsprout.com/337031/support] Download NEZINE App to keep listening to NEZINE's podcast

25. Sept. 2025 - 1 h 20 min
Episode অসমীয়া জাতীয়তাবাদ সদায় ব্ৰহ্মপুত্ৰ উপত্যকাতেই আবদ্ধ হৈ আছে — প্ৰফেছাৰ উদয়ন মিশ্ৰ Cover

অসমীয়া জাতীয়তাবাদ সদায় ব্ৰহ্মপুত্ৰ উপত্যকাতেই আবদ্ধ হৈ আছে — প্ৰফেছাৰ উদয়ন মিশ্ৰ

অসমীয়া জাতীয়তাবাদ সদায় ব্ৰহ্মপুত্ৰ উপত্যকাতেই আবদ্ধ হৈ আছে — প্ৰফেছাৰ উদয়ন মিশ্ৰ । নিজাইন পডকাষ্টৰ এই খণ্ডটিত শুনক  মুনীন বৰকটকী স্মাৰক ন্যাসে আয়োজন কৰা Plain Facts...তথ্যৰে যুক্তি শীৰ্ষক বক্তৃতালানিৰ বিশিষ্ট বুদ্ধিজীৱি আৰু সমাজ বিজ্ঞানী প্ৰফেছাৰ উদয়ন মিশ্ৰই ১৪ ছেপ্টেম্বৰ, ২০২৫ত আগবঢ়োৱা বক্তৃতা । বক্তৃতাৰ বিষয়- জাতীয়তাবাদ, ইয়াৰ সমস্যা আৰু সীমাবদ্ধতা : অসমৰ প্ৰেক্ষাপটত । বক্তৃতালানিৰ আঁত ধৰোতা - বিশিষ্ট সাহিত্য সমালোচক অৰিন্দম বৰকটকী । NEZINE podcast: Sixth of the lecture series organised by the Munin Barkotoki Memorial Trust delivered by eminent intellectual and social scientist Professor Udayon Misra on the topic: Nationalism and its Faultlines: The Assamese Experience. "Assamese nationalism has always been confined to the Brahmaputra valley," says Prof. Misra in his lecture delivered in Assamese[22.18-22.23]. Lecture series moderated by Arindam Barkatakti Music: Priyanuj Parasar Support the show [https://www.buzzsprout.com/337031/support] Download NEZINE App to keep listening to NEZINE's podcast

17. Sept. 2025 - 33 min
Super gut, sehr abwechslungsreich Podimo kann man nur weiterempfehlen
Super gut, sehr abwechslungsreich Podimo kann man nur weiterempfehlen
Ich liebe Podcasts, Hörbücher u. -spiele, Dokus usw. Hier habe ich genügend Auswahl. Macht 👍 weiter so

Wähle dein Abonnement

Am beliebtesten

Begrenztes Angebot

Premium

20 Stunden Hörbücher

  • Podcasts nur bei Podimo

  • Keine Werbung in Podimo Podcasts

  • Jederzeit kündbar

2 Monate für 1 €
Dann 4,99 € / Monat

Loslegen

Premium Plus

100 Stunden Hörbücher

  • Podcasts nur bei Podimo

  • Keine Werbung in Podimo Podcasts

  • Jederzeit kündbar

30 Tage kostenlos testen
Dann 13,99 € / monat

Kostenlos testen

Nur bei Podimo

Beliebte Hörbücher

Loslegen

2 Monate für 1 €. Dann 4,99 € / Monat. Jederzeit kündbar.